Posted inমুখ্যপৃষ্ঠা

ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালৰ ১৫ গৰাকী প্ৰধানমন্ত্ৰী

৭ টা দশক ধৰি ব্ৰিটেইনত ৰাজত্ব চলোৱা ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালত ১৫ গৰাকী প্ৰধানমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰিছিল(15 British Prime Ministers served under Queen Elizabeth II)উইনষ্টন চাৰ্চিলৰ পৰা মাৰ্গাৰেট থেচাৰলৈকে ,বৰিছ জনছনৰ পৰা লিজ ট্ৰাছলৈকে । বৰ্ণিল জীৱন পৰিক্ৰমাৰ চিৰসমাপ্তি ঘটা ৰাণী এলিজাবেথ দ্বিতীয়ৰ 70 বছৰীয়া শাসনকালত কাৰ্যনিৰ্বাহ কৰা ১৫ গৰাকী প্ৰধানমন্ত্ৰীৰ বিষয়ে জানো আহক(Longest serving monarch […]