Posted inNews

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত ৩ অভিযুক্তক আদালতত হাজিৰ

প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত ব্যক্তিক লৈ অব্যাহত আছে চি.আই.ডিৰ তদন্ত। ইয়াৰ মাজতে আদালতত হাজিৰ কৰোৱা হৈছে ৩ অভিযুক্তক। আজি CJM আদালতত প্রসন্ন দাস, প্রণৱ দত্ত, কুমুদ ৰাজখোৱাক হাজিৰ কৰোৱা হয়।শুনানিৰ অন্তত তিনিওকে ১০ দিনৰ বাবে CIDৰ জিম্মালৈ প্রেৰণ কৰে। আদালতত হাজিৰ কৰোৱা হৈছিল ১৪ বছৰীয়া ছাত্রজনকো।ছাত্রজনক বকোস্থিত শিশু গৃহলৈ প্রেৰণ কৰে আদালতে। আদালতত হাজিৰ […]