Posted inঅসম

আলফাই অৱশেষত মুকলি কৰি দিলে কুইপ’ৰ ২ বিষয়াক

গুৱাহাটী: কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে।প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুকলি আলফা স্বাধীনৰ।অৰুণাচল- ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে বিষয়া দুগৰাকীক।৩মাহ ১৪দিনৰ মূৰত মুকলি কৰি দিয়া হৈছে বিষয়াদুগৰাকীক।বিগত বৰ্ষৰ ২১ ডিচেম্বৰতে অপহৰণ কৰা হৈছিল বিষয়া দুগৰাকীক। অৰুণাচল চাংলং জিলাৰ ইন্নাওৰ পৰা অপহৰণ কৰা হৈছিল দুয়োকে ।৩ মাহ ১৪ দিনৰ পিছত মুকলি কৰি […]