Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

দাক্ষিণাত্যৰ অভিনেতা আৰ. বদ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অসমৰ উৰ্মিলা

নিউজ ডেস্কঃ অসম জীয়ৰী অভিনেত্ৰী উৰ্মিলা মহন্তৰ বিয়া। দক্ষিণ ভাৰতৰ অভিনেতা আৰ বদ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰীগৰাকী। ২৫এপ্ৰিলত চেন্নাইত দক্ষিণ ভাৰতৰ ৰীতি-নীতি অনুযায়ী দুয়োৰে বিবাহ কাৰ্য সম্পন্ন হ’ব। কভিড১৯ ৰ ভয়াবহতাৰ বাবে অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হ’ব বিবাহকাৰ্য। বিবাহৰ অনুষ্ঠানত দুয়োগৰাকীৰে পৰিয়ালৰ লোক আৰু অতি ঘনিষ্ঠ বন্ধুসকলহে উপস্থিত থাকিব। আৰ বদ্ৰীয়ে এই বৰ্ষতে মুক্তি পাবলগীয়া কবীৰ […]