ৰাণী : ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰাৰ দাবী আৰু জনজাতীয় লোকৰ পৰা ভূমিৰ অধিকাৰ চৰকাৰে কাঢ়ি ল’ব খোজাৰ বিৰোধীতাৰে ৰাভা দল-সংগঠনে উলিয়ালে চাইকেল সমদল। পুনৰ অগ্নিগৰ্ভা হ’ব নেকি ৰাভা হাছং। ৰাভা লোকসকলে দীৰ্ঘদিন ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আন্দোলন কৰি আহিছে যদিও সদায়ে উপক্ষিত হৈয়ে আছে। এইবাৰ জনজাতীয় লোকসকলৰ হাতৰ পৰা ভূমিৰ […]