গুৱাহাটী: ৰেডিচন ব্লু গুৱাহাটীয়ে মঙলবাৰে মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ বিজয়ী নয়নজ্যোতি শইকীয়াৰ বিজয় উদযাপন কৰাৰ লগতে নিজৰ ৰন্ধন দক্ষতাৰে সমগ্ৰ উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁক অভিনন্দন জনায়। তেওঁৰ এই সাফল্যই ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক খাদ্যৰ ক্ষেত্ৰত সৃষ্টি কৰা চৰ্চাক ৰেডিচন ব্লু গুৱাহাটীৰ পৰিচালনা দলে স্বীকৃতি প্ৰদান কৰাৰ লগতে যথেষ্ট শলাগ লয়। তেওঁৰ […]