নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাৱাসত সংঘটিত জঘন্য ৰেগিঙ কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা চিকিৎসালয়ৰ পৰা সুস্থহৈ নিজগৃহলৈ শনিবাৰে উভতে। সুদীৰ্ঘ ৮৩ দিনৰ পিছত আমগুৰিস্থিত ঘৰলৈ উভতে আনন্দ ৰ্শমা। ২৬ নৱেম্বৰৰ নিশা ছাত্ৰাৱাসতো প্ৰাক্তন আৰু জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙত বলি হোৱা আনন্দই নিজৰ প্ৰাণৰক্ষা কৰিবলৈ ৩ মহলাৰ পৰা জাঁপ দিয়ে। যাৰ বাবে ছাত্ৰগৰাকী গুৰুত্বৰ ভাৱে আহত […]