গুৱাহাটী : বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। মুখ্যমন্ত্ৰীৰ ঘোষণা ৰহাৰ বিধায়কজন চৰকাৰৰ পক্ষত থাকিব। বিধানসভাৰ প্ৰথম দিনটোত গামোছা পিন্ধাই মুখ্যমন্ত্ৰীয়ে আদৰণি জনায় ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসক। পুনৰ কংগ্ৰেছ ত্যাগ কৰিব এজন বিধায়কে। ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে কংগ্ৰেছ দল ত্যাগ কৰিব। শীঘ্ৰেই ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে যোগদান […]