Posted inদেশ-বিদেশ

বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ, প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ দেহাৱসান

নিউজ ডেস্ক: বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ, ভাৰতত দুচকীয়া বাহনৰ বাটকটীয়া প্ৰখ্যাত উদ্যোগপতি ৰাহুল বাজাজৰ আজি দেহাৱসান ঘটে। নিউ’মনিয়া আৰু হৃদ ৰোগত আক্ৰান্ত হৈ থকা উদ্যোগপতি গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৩ বছৰ। পৰিয়ালৰ লোকে জনোৱা মতে আজি আৱেলি ২.৩০ বজাত বাজাজে শেষ নিশ্বাস ত্যাগ কৰে। উদ্যোগপতি গৰাকীৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ ৰাজনৈতিক […]