স্প’ৰ্টছ ডেস্ক – ১৩ মাৰ্চত অন্ত পৰিল চতুৰ্থ তথা অন্তিমখন টেষ্ট। ইয়াৰ লগে লগে একেৰাহে চতুৰ্থবাৰলৈ ভাৰতৰ হাতলৈ আহিল ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আহিল। অন্তিমখন টেষ্ট ড্ৰ’ হয় যদিও ২-১ ৰ ব্যৱধানত শৃংখলা দখল কৰে ভাৰতে। শৃংখলাটোত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰিলেও শৃংখলাটোৰ প্ৰত্যেকখন খেলতেই জিলিকিল ভিন ভিন খেলুৱৈ। ইফালে, চতুৰ্থখন টেষ্টত দমনীয় প্ৰদৰ্শন কৰে বিৰাট কোহলীয়ে। কেৰিয়াৰৰ […]