Posted inক্ৰীড়া

ক’ভিডত আক্ৰান্ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিদ

নিউজ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ বাবে এক বেয়া খবৰ। ডুবাইত অনুষ্ঠিত হ’ব লগীয়া এছিয়া কাপলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ক’ভিডত আক্ৰান্ত হ’ল প্ৰশিক্ষক ৰাহুল দ্ৰাবিদ। মঙলবাৰে বি চি চি আই (BCCI)-এ এই কথা জানিব দিয়ে।   এক বিজ্ঞপ্তি যোগে BCCI –ৰ সম্পাদক জয় শ্বাহে এই কথা সদৰী কৰি কয় যে বৰ্তমান BCCI […]