ভাৰত জোড়ো যাত্ৰা বাতিলৰ বাবে ৰাহুল গান্ধীলৈ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা এই যাত্ৰাই ইতিমধ্যে তিনিমাহ অতিক্ৰম কৰিছে। দলটোৰ এই কাৰ্যসূচীয়ে লাভ কৰিছে ব্যাপক জনসমৰ্থন। গান্ধীৰ প্ৰতি সমৰ্থন আগবঢ়াই বিপুল সংখ্যক লোক অংশগ্ৰহণ কৰিছে ভাৰত জোড়ো যাত্ৰাত। পিছে এই জনসমৰ্থনৰ মাজতে ৰাহুল গান্ধীয়ে […]