Posted inদেশ-বিদেশ

কৰোণাত আক্ৰান্ত কংগ্ৰেছী নেতা ৰাহুল গান্ধী

নিউজ ডেস্কঃ কংগ্ৰেছী নেতা ৰাহুল গান্ধী কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। কভিডত আক্ৰান্ত হোৱাৰ কথা আজি ৰাহুল গান্ধীয়ে টুইটযোগে শ্বেয়াৰ কৰে। তেওঁৰ শৰীৰত ক’ভিডৰ সামান্য লক্ষণে দেখা দিছে। শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে। লগতে সকলোকে কভিড প্ৰ’টকল মানি সুৰক্ষিত থাকিবলৈ অনুৰোধ কৰিছে। শেহতীয়াকৈ ৰাহুল গান্ধী পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ কেইবাটাও নিৰ্বাচনী ৰেলীত […]