Posted inঅসম

ডিব্ৰুগড় আদালতৰ জামিন মঞ্জুৰ ৰাহুল ছেত্ৰীৰ

নিউজ ডেস্কঃ ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক জামিন মঞ্জুৰ কৰে। বিগত ৭০ দিন ধৰি ৰাহুল ছেত্ৰী কাৰাগাৰত বন্দী হৈ আছিল। লগতে প্ৰাণজিৎ বৰুৱা আৰু সীমান্ত হাজৰিকা নামৰ ছাত্ৰ দুজনকো আদালতে জামিন প্ৰদান কৰে। ইপিনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহৰ মুখ্য অধীক্ষক ড° কল্যাণ ভূঞাক দায়িত্বৰ পৰা অব্যাহতি […]