Posted inদেশ-বিদেশ

কানপুৰত ব্যৱসায়ীৰ ঘৰত আয়কৰ বিভাগৰ অভিযান; এই পৰ্য্যন্ত ১৫০ কোটি টকা উদ্ধাৰ

নিউজ ডেস্ক : উত্তৰ-প্ৰদেশৰ কানপুৰৰ পীয়ুষ জৈন নামৰ এগৰাকী সুগন্ধি ব্যৱসায়ীৰ ঘৰত আয়কৰ বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। পীয়ুষ জৈনৰ কাণপুৰৰ ঘৰত অভিযান চলাইছিল Central Board of Indirect Taxes and Customs আৰু GST বিভাগে। উক্ত অভিযানত ব্যৱসায়ীজনৰ ঘৰৰ পৰা এই পৰ্য্যন্ত নগদ ১৫০ কোটি টকা উদ্ধাৰ কৰা হৈছে, ধনৰ হিচাপ এতিয়াও […]