Posted inঅসম

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে অখিল গগৈ

নিউজ ডেস্কঃ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু দিল্লীৰ পৰা তেওঁৰ সৈতে অহা দলটোৱো অসমৰ বিভিন্ন দল-সংগঠন আৰু ৰাজনৈতিক দল সমূহৰ সৈতে সোমবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ বৈঠক মিলিত হয়। সকলোৰে পৰা মত গ্ৰহণ কৰা এই বৈঠকত অখিল গগৈ তথা ৰাইজৰ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিৰোধিতা কৰে। এই বিষয়ে শিৱসাগৰৰ বিধায়ক অখিল […]