Posted inঅসম

বিধানসভাত শপতগ্ৰহণৰ দিনা উপস্থিত থাকিব পাৰিব অখিল গগৈ

গুৱাহাটীঃ বিধানসভাৰ মজিয়াত নবনিৰ্বাচিত বিধায়ক সকলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব অখিল গগৈ। অখিল গগৈক অনুমতি প্ৰদান কৰিলে NIA আদালতে। অৱশেষত ১২৬গৰাকী বিধায়কৰ সৈতে বিধায়কৰূপে একেলগে শপত ল’ব পাৰিব অখিল গগৈয়ে। আৰু পঢ়কঃক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠক কাৰাগাৰৰ পৰা বিধানসভালৈ শপত গ্ৰহণলৈ অহাৰ বাবে NIAৰ আদালতত আবেদন দাখিল কৰি অনুমতি […]