Posted inঅসম

ৰাইজৰ দলৰ পৰা পদত্যাগ দলটোৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাৰ

গুৱাহাটীঃ ৰাইজৰ দলৰ পৰা পদত্যাগ কৰিলে দলটোৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাই। দলটোৰ সভাপতি অখিল গগৈ লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ডেকাই। কংগ্ৰেছৰ পাছতে এইবাৰ ৰাইজৰ দলতো উঠিছে পদত্যাগৰ ঢৌ। পদত্যাগ কৰাৰ পিছতেই জিতুল ডেকাই টুইট যোগে এই বিষয়ে অৱগত কৰে। দলটোৰ কাৰ্যকৰী সভাপতি পদৰ লগতে সদস্য পদৰ পৰাও পদত্যাগ কৰিলে জিতুল ডেকাই। প্ৰাপ্ত খবৰ অনুসৰি, […]