Posted inৰাজনীতি

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ নামত বহুৱালী,দুয়োটা দলে প্ৰাৰ্থিত্ব দিলে একেটা সমষ্টিতে

নিউজ ডেস্ক: বিজেপিক ৰোধিবলৈ আঞ্চলিকতাবাদী শক্তিক অধিক সক্ৰিয় কৰা আৰু কা বিৰোধী শক্তিক একগোট কৰি অসম বচাবলৈ ওলাই অহা নতুন ৰাজনৈতিক দলবোৰে নিৰ্বাচনত অংশ নৌলওতেই চূড়ান্ত বিশৃংখলতা হোৱাৰ অভিযোগ উঠিছে দলৰ ভিতৰচ’ৰাতে |অসম জাতীয় পৰিষদৰ ভিতৰ চ’ৰাত এতিয়া চৰম অৰাজকতা চলিছে।বিজেপিক প্ৰতিহত কৰিবলৈ নিৰ্বাচনী যুঁজত অংশ লব বিচৰা দলটোৰ নেতৃত্বৰ মাজত চলিছে শীতল যুদ্ধ। চৰম […]