Posted inঅসম

নাৰায়ণপুৰত দুৰ্বৃত্তৰ আক্ৰমণত আহত ৰাইজৰ দলৰ সমৰ্থক

নাৰায়ণপুৰ– নিৰ্বাচনৰ দিন চমু চাপিছে। তেনে সময়তে নাৰায়ণপুৰত সংঘটিত হৈছে নিৰ্বাচনী হিংসা। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ঘৰলৈ আহি থকা অৱস্থাত ৰাইজৰ দলৰ দুজন সমৰ্থকক দুৰ্বৃত্তই আক্ৰমণ কৰে৷ নাৰায়ণপুৰৰ তৰাজুলিৰ ন-পমুৱা গাঁৱত কোৰেৰে সমৰ্থক দুজনক প্ৰহাৰ কৰে দুৰ্বৃত্তই । এই ঘটনাত গুৰুতৰভাৱে আহত হয় তোষেশ্বৰ লেখাৰু আৰু দেৱেশ্বৰ লেখাৰু নামৰ লোককেইজন। ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টিৰ […]