Posted inঅসম

আজি ৰাজ্য চৰকাৰে ঘোষণা কৰিব অসমৰ ষষ্ঠখন নতুন ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্কঃ অসমৰ ভৌগোলিক মানচিত্ৰত আজিৰে পৰা সংযোজন হ’ব অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ। ৰাজ্যৰ  কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, ওৰাং আৰু নামেৰী পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে নাম সংযোজন হ’ব ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ। আজি ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিব ৰাজ্য চৰকাৰে। লগতে পঢ়কঃমানকাচৰৰ ঝাউডাঙ্গাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এই […]