Posted inঅসম

বৰষুণ, ভূমিস্খলনৰ ফলত কাচাৰ, ডিমা হাচাওত বিঘ্নিত ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম

শিলচৰ: বিগত দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে ইষ্ট-ৱেষ্ট কৰিডৰ বিশেষকৈ কাচাৰ জিলাৰ বালাচেৰাৰ পৰা ডিমা হাছাও জিলাৰ হাৰাংগাজাওলৈকে পথছোৱা বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে যান-বাহনৰ চলাচলত ব্যাপক ব্যাঘাত জন্মাইছে। মঙলবাৰে, ধাৰাষাৰ বৰষুণৰ ফলত বালাচেৰাৰ আৰু হাৰাংগাজাওৰ বিভিন্ন অংশত বৰষুণৰ পানী আৰু বোকায়ে পথটো প্লাবিত কৰাৰ ফলত কেইবা ঘণ্টা ধৰি যান বাহনৰ চলাচল বন্ধ হৈ পৰে। […]