Posted inঅসম

বতৰৰ আগলি-বতৰা : অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

নিউজ ডেস্ক : বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি অসমক, মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত শুকুৰবাৰে প্ৰবল বৃষ্টিপাত অহাৰ সম্ভাৱনা আছে। শনিবাৰ আৰু দেওবাৰৰ দিনকেইটাতো অসমকে ধৰি উত্তৰ-পূবৰ কোনো কোনো অঞ্চলত কম বেছি পৰিমাণে বৰষুণ হ’ব পাৰে। বতৰবিজ্ঞান বিভাগৰ মতে শুকুৰবাৰৰ পৰা দেওবাৰলৈকে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়তৰ বিভিন্ন স্থানত বিজুলী-​ঢেৰেকণিৰে বৰষুণ পৰিব যদিও সোমবাৰৰ […]