Posted inNews

‘ৰাজভৱন অসম’য়ে ‘তেলেংগানা ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উদযাপন কৰে

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় একতাক অধিক মাত্ৰা প্ৰদানৰ উদ্দেশ্য সাৰোগত কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ নেতৃত্বত ‘ৰাজভৱন অসম’য়ে শুক্ৰবাৰে ইয়াৰ ‘দৰবাৰ হল’ত ‘তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস’ উদযাপন কৰে। মন কৰিব লগীয়া যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ৰাজভৱনসমূহত বিভিন্ন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসসমূহ উদযাপন কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ অংশ হিচাপে ‘ৰাজভৱনঅসম’য়ে তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ  দিহা […]