Posted inদেশ-বিদেশ

অভিনেত্ৰী মন্দিৰা বেদীৰ স্বামী ৰাজ কৌশলৰ দেহাৱসান

নিউজ ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী মন্দিৰা বেদীৰ স্বামী পৰিচালক ৰাজ কৌশলৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ বুধবাৰে পুৱা ৪বাজি ৩০ মিনিটত মৃত্যু হয় পৰিচালকগৰাকীৰ। হৃদৰোগত আক্ৰান্ত হোৱা ৰাজ কৌশলক পৰিয়ালৰ লোকে হস্পিতাললৈ লৈ গৈছিল যদিও ইতিমধ্যে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত ৰাজ কৌশলৰ বয়স হৈছিল ৪৯বছৰ। ৰাজ কৌশলে ৯০’দশকৰ শেষৰ ফালে পৰিচালক আৰু […]