Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

এইবাৰ শিল্পা-ৰাজৰ বিৰুদ্ধে জালিয়াতীৰ গোচৰ

শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এইবাৰ ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ। মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে IPCৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে । মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত নীতিন বড়াই নামৰ এজন লোকে শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে । নীতিন বড়ায়ে […]