Posted inদেশ-বিদেশ

শিৰচ্ছেদ! নুপূৰ শৰ্মাক সমৰ্থনৰ অভিযোগত উদয়পুৰত এজনক শিৰচ্ছেদ

দিনদুপৰতে এগৰাকী হিন্দু দৰ্জীক শিৰচ্ছেদ কৰি হত্যা কৰা হ’ল ৰাজস্থানত। ৰাজস্থানৰ উদয়পুৰত সংঘটিত এই ঘটনাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি উত্তেজনাই বিৰাজ কৰিছে।