Posted inক্ৰীড়া

আজি গুৱাহাটীত প্ৰথমবাৰৰ বাবে IPL খেল, সাজু হৈ উঠিছে বৰ্ষাপাৰা ষ্টেডিয়াম

নিউজ ডেস্কঃ গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে IPL ৰ খেল। বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ মাজত মেচ অনুষ্ঠিত হ’ব। সন্ধিয়া ৭.৩০ বজাৰ লগে লগেই আৰম্ভ হ’ব খেল। টিকত কাটিব নোৱাৰা সকলে গুৱাহাটীত অনুষ্ঠিত খেল চাবলৈ মোবাইলত Jio Cinema এপৰ জৰিয়তে চাব পাৰিব আৰু টিভিত Star Sports চেনেলত চাব পাৰিব। প্ৰথমবাৰৰ […]