নিউজ ডেস্কঃ একেদিনাই বায়ুসেনাৰ দুখনকৈ যুঁজাৰু বিমান শনিবাৰে পুৱা দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমান দুখনৰ এখন চুখই এছ ইউ ৩০ আৰু আনখন মিৰাজ ৩০০০ আছিল। প্ৰতিবেদন অনুসৰি, দুয়োখন বিমানে মধ্য প্ৰদেশৰ গোৱালিয়ৰ বিমান ঘাটিৰ পৰা উৰা মাৰিছিল য’ত এটা অনুশীলন চলি আছিল। ৰাজস্থানৰ ভৰতপুৰ আৰু মধ্য প্ৰদেশৰ মোৰেনাত দুৰ্ঘটনাগ্ৰস্ত বিমান দুখনৰ ধ্বংসাৱশেষ পোৱা গৈছে বুলি জানিব […]