Posted inNews

সোণৰ বিস্কুটসহ এজন সৰবৰাহকাৰী আটক গুৱাহাটী ৰে’লৱে আৰক্ষীৰ

নিউজ ডেস্ক- গুৱাহাটী ৰেলৱে ষ্টেচনত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ। ৰে’ল আৰক্ষীয়ে আজি পুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ সোণখিনি। জানিব পৰা মতে, গোপন সূত্ৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অভিযান চলায় সোণৰ বিস্কুটসহ এজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। ব্যক্তিজন ৰাজস্থান বিকানীৰ বাসিন্দা ৰেৱতী ৰমন ছোনি বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। জব্দ কৰা সোণখিনি […]