নিউজ ডেস্কঃ অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈৰ দেহাৱসান। শুকুৰবাৰে দুপৰীয়া ২বাজি ৩০ মিনিটত বজাত মহানগৰীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিতালত তেওঁৰ মৃত্যু হয়। কেইবাদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল চিকিৎসালয়খনত। অসমীয়া চলচ্চিত্ৰৰ জগতত ৰাজেশ্বৰ বৰদলৈৰ যথেষ্ট বৰদান আছিল। ১৯৩৪ চনত জন্মগ্ৰহণ কৰা বৰদলৈয়ে বহুকেইখন অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰিছিল । ১৯৫৮ চনত মুক্তিলাভ কৰা আনোৱাৰ […]