Posted inঅসম

ৰাজীৱ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে স্মৃতিচাৰণৰ লগতে প্ৰাৰ্থনা সভা

গুৱাহাটীঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, লৌহমানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি তৰ্পন, স্মৃতিচাৰণৰ লগতে প্ৰাৰ্থনা সভাৰ কাৰ্যসূচী।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰী লৌহ মানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে l লগতে পঢ়কঃসৰ্বানন্দ সোণোৱালে তদন্ত নকৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে এতিয়া আশা তাৰপিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা হয়। শেষত প্ৰাক্তন মন্ত্ৰী […]