ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিগত দুদিন ধৰি গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত শুনানি অনুষ্ঠিত কৰাৰ পিচত সংবাদমেলযোগে এই কথা সদৰী কৰি মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে কয় যে বৰ্তমান অসমত লোকসভা সমষ্টিৰ সংখ্যা হ’ল ১৪ টা আৰু বিধানসভা সমষ্টিৰ সংখ্যা হ’ল ১২৬ টা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচতো সমষ্টিৰ সংখ্যা একেই থাকিব। মাথোঁ সাংবিধানিক নীতি আৰু আইন অনুসৰি […]