গুৱাহাটী : জামিন লাভ নকৰিলে ৰাজকন্যা বৰুৱাই। জামিন আবেদন নাকচ ৰাজকন্যা বৰুৱাৰ। কামৰূপ সত্ৰ ন্যায়াধীশে ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ কৰে। কাৰাগাৰতে থাকিব লাগিব ৰাজকন্যা বৰুৱা। সুৰাৰ ৰাগীত মাতাল লৈ তীব্ৰ বেগত বাহন চলাই দুর্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ কৰে কামৰূপ সত্ৰ ন্যায়াধীশে। উল্লেখ্য যে যোৱা ২ নৱেম্বৰৰ পুৱতি নিশা ৰাজকন্যা বৰুৱাই […]
Tag: Rajkanya Baruah
Posted inঅসম