Posted inদেশ-বিদেশ

ৰাজনাথ সিং, স্মৃতি ইৰাণী, জেপি নাড্ডাকে ধৰি ২৪জন ৰাজনৈতিক নেতাৰ সম্পত্তিৰ ওপৰত কলিকতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু

নিউজ ডেস্কঃ দেশত বিভিন্ন দুৰ্নীতিক লৈ তদন্ত অব্যাহত আছে। বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলৰ সম্পত্তিৰ ওপৰত তদন্ত চলিছে। কলিকতা উচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে শাসকীয় দলৰ ১৯ জন নেতাৰ সম্পত্তি বৃদ্ধি সম্পৰ্কীয় এটা গোচৰত ইডিক তদন্ত কৰাৰ নিৰ্দেশ দিছিল। সুভেন্দু অধিকাৰীকে ধৰি ১৭ জন ৰাজনৈতিক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এইবাৰ ২৪ জন নেতা আৰু তেওঁলোকৰ […]