Posted inNews

প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী বৃদ্ধিৰ বাবে মন্ত্ৰী ৰাজনাথ সিঙৰ মালয়েছিয়া ভ্ৰমণ

নিউজ ডেস্কঃ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে ৰাজনৈতিক অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে ১০ জুলাইৰ পৰা ১১ জুলাইলৈ মালয়েছিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰক্ষা মন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী দাতো’ চেৰী মহম্মদ হাছানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব, য’ত দুয়োখন মন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰিব আৰু এই সম্পৰ্কসমূহ […]