Posted inমনোৰঞ্জন

পিতৃৰ খোজত খোজ মিলাই ছানী দেউলৰ দ্বিতীয় পুত্ৰয়েও খোজ থ’লে বলীউদত

নিউজ ডেস্ক- বলীউদৰ জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ ছানী দেউলৰ দ্বিতীয় পুত্ৰয়েও পিতৃৰ পদাংক অনুসৰণ কৰি খোজ থ’লে বলীউদত। বলীউদৰ চলচ্চিত্ৰ নিৰ্মাতা সুৰুজ বৰজাত্যৰ ঘৰুৱা প্ৰডাকচনত নিৰ্মাণ হ’বলগীয়া এখন চিনেমাত অভিনয় কৰিব ছানী দেউলৰ পুত্ৰ ৰাজবীৰ দেউলে। সম্পূৰ্ণ প্ৰেম কাহিনীৰ ওপৰত আধাৰিত চিনেমাখনৰ কাহিনী আৰু পৰিচালনা কৰিছে সুৰুজ বৰজাত্যৰ পুত্ৰ অৱনীশ এছ বৰজাত্যয়ে। এইখন চিনেমাৰ জৰিয়তে […]