নিউজ ডেস্কঃ শেহতীয়া ভাৱে তথ্য জনাৰ অধিকাৰৰ পৰা জনা গৈছে যে, দেশৰ উচ্চ সদন অর্থাৎ ৰাজ্যসভাত কাম-কাজৰ পৰিমাণ অতিকে নগণ্য হ’লেও উক্ত সদনত ব্যয়ৰ পৰিমাণ হৈছে গৈ আকাশলংঘী। যোৱা দুটা বছৰত ৰাজ্যসভাৰ সদস্যসকলৰ দৰমহা, ভাৰা আৰু অন্যান্য সা-সুবিধাৰ বাবদ ব্যয় হৈছিল ২০০ কোটি টকা। আৰটিআই আইনৰ অধীনত মধ্যপ্ৰদেশৰ এজন ব্যক্তিয়ে কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভা […]