Posted inদেশ-বিদেশ

ভাৰতৰ ‘ৱাৰেন বাফেট’ ৰাকেশ ঝুনঝুনৱালা মৃত্যু

নিউজ ডেস্ক: ভাৰতৰ ৱাৰেন বাফেট (Warren Buffet) খ্যাত প্ৰখ্যাত ষ্টক মাৰ্কেট বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালা (Rakesh Jhunjhunwala)-ৰ দেহাৱসান ঘটিছে। দেওবাৰে পুৱা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পিটালত শ্বেয়াৰ বজাৰৰ সম্ৰাট গৰাকী ৬২ বছৰ বয়সত মৃত্যু ঘটে। ঝুনঝুনৱালাৰ মূঠ সম্পত্তিৰ পৰিমাণ আছিল ৫.৮ বিলিয়ন মাৰ্কিন ডলাৰ। বিনিয়োগকাৰী গৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে আজি পুৱা হৃদযন্ত্ৰৰ কাৰ্য (cardiac arrest) […]