বৈঠালাংছ‘ঃ “শৰত কালৰ ৰাত্ৰি অতি বিতোপন ৷ ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।” ৷ ৰাজ্যত ঠায়ে ঠায়ে এতিয়াও ৰাসৰ উখল-মাখল পৰিৱেশ। খোল-তালৰ শব্দৰে মুখৰিত চৌদিশ। বকুল বৃন্দাবনলৈ ৰূপান্তৰিত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেং অঞ্চল। টুম্প্ৰেং আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত টুম্প্ৰেং বৰ নামঘৰৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰা হৈছে ৰাস মহোৎসৱৰ। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি টুম্প্ৰেঙৰ […]