Posted inক্ৰীড়া

ড’পিঙত জড়িত ভাৰতীয় এথলীট, নিলম্বিত হ’ল কমনৱেলথ চেম্পিয়নশ্বিপৰ পৰা

নিউজ ডেস্ক: ভাৰতীয় এথলীটৰ বিৰুদ্ধে আকৌ উঠিছে ড’পিং কেলেংকাৰীৰ অভিযোগ ।কমনৱেলথ চেম্পিয়নশ্বিপৰ মহিলাৰ ৬৪ কেজি শাখাত সোণৰপদক বিজয়ী ৰাখী হালদাৰৰ বিৰুদ্ধে উঠিছে ড’পিং কেলেংকাৰীৰ অভিযোগ । আৰু পঢ়কঃবিহালীত অসম গোর্খা সন্মিলনৰ নৱম ত্রিবার্ষিক অধিৱেশন খেলুৱৈ গৰাকী ড’পিঙত থকাৰ প্ৰমান পোৱাৰ বাবে অহা সপ্তাহত হ’বলগীয়া এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ পৰা বাদ দিয়া হৈছে । এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ […]