নিউজ ডেস্কঃ ধৈৰ্য্য আৰু মনত ইচ্ছাশক্তি থাকিলে সকলো কামেই সম্ভৱ। নিজা চেষ্টা আৰু সাধনাৰ জৰিয়তে নৃত্যৰ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ এজন যুৱকে। গুৱাহাটীৰ বৰবাৰীৰ মেধাৱী যুৱক ৰক্তিম ঠাকুৰীয়াই ইন্টাৰনেটৰ মাধ্যমেৰে নৃত্যৰ প্ৰশিক্ষণ লৈ ছ’নী টিভিৰ ‘India’s best dancer season2’ ৰ মঞ্চত 3rd runnerup হিচাপে বিজয়ী […]