অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। অহা ২৩ এপ্ৰিলত ৰাম জন্মভূমিত এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান মণিৰাম দাস চাউনী প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। সেইদিনটোতে ভগৱান শ্ৰী ৰামৰ ঐতিহাসিক জলাভিষেক অনুষ্ঠান অনুস্থিত হ’ব। বৈদিক ব্ৰাহ্মণসকলৰ সান্নিধ্যত এই পূজাৰ আয়োজন কৰা হ’ব, য’ত দেশৰ বহু মহান ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই বিশেষ অনুষ্ঠানত ভাৰত […]