Posted inঅসম

অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰ কেতিয়া সম্পূৰ্ণ হ’ব, ব্যয় কিমান হ’ব?

নিউজ ডেস্কঃ অয্যোধাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। ৰাম মন্দিৰ নিৰ্মাণত মুঠ ব্যয় হ’ব ১,৮০০কোটি টকা। দেওবাৰে ৰাম মন্দিৰৰ ট্ৰাষ্ট পৰিষদৰ এখন সভা অনুষ্ঠিত হয়। বৈঠকৰ পিছত, ট্ৰাষ্টে ৰাম জন্মভূমিৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। ৰাম মন্দিৰৰ ট্ৰাষ্টে আগন্তুক দিনত মন্দিৰত কি খৰচ হ’ব তাৰ এক খতিয়ানো দাঙি ধৰিছে। ৰাম জন্মভূমি […]