নগাঁও চহৰস্থিত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ। শেহতীয়াকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ ড: দয়ানন্দ বৰগোহাঞিয়ে উত্থাপন কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলি বিস্ফোৰক অভিযোগ তোলাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পাছতে দেওবাৰে নগাঁৱত কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে এক সংবাদ […]