নিউজ ডেস্কঃ অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মায়ে দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে লোৱা হৈ কঠোৰ অভিযান। ২০২১ চনৰ ১০ মে’ৰ পৰা অসমত এতিয়ালৈ আৰক্ষীয়ে বিভিন্ন থানাত ৰুজু কৰিছে ৫,২৪৬টা গোচৰ। লগতে, ২০২১ চনৰ পৰা ড্ৰাগছ বিৰোধী অভিযানত ৮,৭২৪ জন ড্রাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭৫৯ খন বাহন জব্দ কৰা হৈছে। এই সময়ছোৱাত […]