Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

Emergency: ১৯৮৪ ত Indira Gandhi য়ে আজিৰ Kangana ৰ দৰেই কৰিছিল! পুনৰ বিতৰ্কত ৰামগোপাল বাৰ্মা

পোছাক পিন্ধন, ব্যক্তিত্বৰ অভিব্যক্তি, কথা কোৱাৰ ধৰণ সকলো একেই। এইটো কেনেকৈ সম্ভৱ? ‘Emergency’ ৰ প্ৰথমটো টিজাৰ মুকলি হোৱাৰ লগে লগে সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ইন্দিৰা-কংগনা-ৰামগোপাল।