Posted inদেশ-বিদেশ

বলীউদৰ জনপ্ৰিয় সংগীতপৰিচালক ৰাম-লক্ষ্মণৰ দেহাৱসান

নিউজ ডেস্কঃ বলীউদৰ জনপ্ৰিয় সংগীতপৰিচালক ৰাম-লক্ষ্মণৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে নাগপুৰৰ তেওঁৰ নিজা বাসভৱনত মৃত্যু হয়। কেইদিনমান পূৰ্বে তেওঁ কোভিড-১৯ ভেকছিনৰ দ্বিতীয়টো ড’জ লৈছিল। তাৰ পিছত তেওঁ অতি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিছিল। এজন চিকিৎসকে তাৰ বাবে তেওঁৰ চিকিৎসা কৰি আছিল। অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে পুৱতি নিশা ২:০০ বজাত তেওঁৰ মৃত্যু হয় বুলি তেওঁৰ […]