Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

আদিপুৰুষৰ ১০ হাজাৰ টা টিকট ক্ৰয় কৰিলে ৰণবীৰ কাপুৰে

নিউজ ডেস্ক: ওম ৰাওতৰ দ্বাৰা পৰিচালিত নতুনকৈ মুক্তি লাভ কৰিবলগীয়া আদিপুৰুষ ছবিখন ১৬ জুনত ডাঙৰ পৰ্দাত মুক্তি পাব। মুক্তিৰ পূৰ্বে ছবিখনৰ এডভান্স বুকিং আৰম্ভ হৈছে। ইতিমধ্যে মুক্তিৰ পূৰ্বেই প্ৰভাস,কৃতি চানন আৰু চেইফ আলী খান অভিনীত আদিপুৰুষে উপাৰ্জন কৰিছে ৪৩২ কোটি। বলিউড অভিনেতা ৰণবীৰ কাপুৰে নতুনকৈ মুক্তি লাভ কৰিবলগীয়া আদিপুৰুষ ছবিখনৰ ১০ হাজাৰ টা টিকট ক্ৰয় […]