Posted inদেশ-বিদেশ

ক’ভিডত আক্রান্ত হিন্দী ছবি জগতৰ জনপ্রিয় অভিনেতা ৰণধীৰ কাপুৰ

নিউজ ডেস্ক : হিন্দী ছবি জগতৰ জনপ্রিয় অভিনেতা ৰণধীৰ কাপুৰ ক’ভিডত আক্রান্ত। আই চি ইউত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। অভিনেতা গৰাকীৰ স্বাস্থ্য বর্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত প্ৰতিদিনে লক্ষাধিক লোক আক্রান্ত হৈছে কভিডত। মৃত্যুৰ মুখত পৰিছে কেইবাহাজাৰ কভিড ৰোগী। ভাৰতত ক’ভিড আক্রান্ত লোকৰ সংখ্যা সকলো […]