Posted inNews

১২৪ কোটি টকাৰে নিৰ্মাণ হ’ব ৰংঘৰ প্ৰকল্প, জানো আহক আৰু কি সিন্ধান্ত লোৱা হ’ল

নিউজ ডেস্কঃ আজি জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰংঘৰ প্ৰকল্পৰ চূড়ান্ত ৰূপ দিবলৈ বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত লোৱা হয় কেবাটাও সিন্ধান্ত, ১) ৰংঘৰৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পও হ’ব । বৃহৎ প্ৰকল্প হ’ব বুলি বৈঠকত ঘোষণা। উল্লেখযোগ্য যে ১২৪ কোটি টকাৰে ৰংঘৰ প্ৰকল্প লোৱা হৈছে আৰু প্ৰায় ৩৩ কোটি টকা মাটি অধিগ্ৰহণত […]