Posted inNews

ৰংঘৰত মন কী বাতৰ ১০০ খণ্ডৰ বাবে প্ৰস্তুতি, জাতিৰ স্বাভিমানত হাত নিদিবলৈ আহ্বান- অখিল গগৈ

নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ ১০০ টা খণ্ড হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী। দেশজুৰি চলিছে এতিয়া ক্ষীপ্ৰতাৰে প্ৰস্তুতি। জানিব পৰা অনুসৰি, তেনে সময়তে ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰটো দেখা গৈছে প্ৰস্তুতি। মন কী বাত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰংঘৰৰ চৌহদত কিছু ৰূপ সজ্জা নিৰ্মাণ কৰা দেখা গৈছে আৰু প্ৰজেক্টৰৰ দ্বাৰা ৰংঘৰত লাইট […]