Posted inঅসম

ধেমাজি নলনিপামত ৩৮সংখ্যক ধেমাজি নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন

ধেমাজিঃ ৫ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি নলনিপাম পুথিভঁৰাল প্ৰাঙ্গনত ৩৮ সংখ্যক ধেমাজি নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচীত বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, পৰম্পৰাগত কণী যুঁজ প্ৰদৰ্শন, সৰু বিহুৱতী , বৰবিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা জেং বিহু, হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে পঢ়কঃমানকাচৰত আৰক্ষীৰ মটৰ চাইকেল ৰেলীশেষৰ […]