Posted inঅসম

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে উটুৱাই নিলে পাচনৈৰ দলং

বছৰৰ প্ৰথমটো বানত ভয়ংকৰ দুর্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা৷ শনিবাৰে বিয়লিৰ পৰা ৰঙানদীত নীপকোৱে বিশাল পৰিমাণৰ জলৰাশি এৰি দিয়াৰ ফলতে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ধাৰাসাৰে হৈ থকা বৰষুণৰ ফলত ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ জলধাৰাত পানীৰ চাপ অত্যধিক হৈ পৰে ৷ জলধাৰাৰ সুৰক্ষা বান্ধৰ প্রতি ভাবুকি সৃষ্টি হোৱাত নীপকোৱে প্রকল্পৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকলাই দিয়াৰ সিদ্ধান্ত লয় […]