ৰঙিয়া : ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অঘটন । জ্যেষ্ঠ ছাত্ৰৰ দলবদ্ধ আক্ৰমণ কণিষ্ঠ ছাত্ৰক । সোধপোছৰ বাবে আটক দহজনকৈ ছাত্ৰক । বিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাৰ দুৱাৰ বন্ধ কৰি নিৰ্মমভাৱে প্ৰহাৰ কণিষ্ঠ ছাত্ৰক । জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাত পাইছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই । দ্বাদশ শ্ৰেণীৰ দহগৰাকী ছাত্ৰই বিদ্যালয় চৌহদৰ ভিতৰতে দলবদ্ধভাৱে দশম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ […]