ৰঙিয়াঃ ৰঙিয়াৰ পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ শিক্ষকে অশ্ৰাব্য গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষকৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী। ইফালে প্ৰতিদিনে বিদ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষকৰ বিৰুদ্ধে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে উপযুক্ত পাঠ গ্ৰহণৰ […]